সোণাৰি নূপুৰ ডান্স একাডেমীৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় "এজাক জোনাকী জিলমিল " শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান। আনহাতে সন্ধিয়া অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত অসমৰ লোকসংগীত /টোকাৰী গীতৰ সম্ৰাট তথা বৰ বিহুৱা খগেন গগৈলৈ আগবঢ়োৱা হয় "জীৱন জোৰা শিল্পী সাধনা বঁটা" ২০২২। অনুষ্ঠানত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগৰ লগতে যথেষ্ট সংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত এটি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદર ના ધારાસભ્ય એ શુ કહ્યું. ..
દિયોદર ના ધારાસભ્ય એ શુ કહ્યું. ..
તારીખ-૧૪/૦૯/૨૦૨૨ ના રોજ ફતેપુરા તાલુકાની આંગણવાડી વર્કર અને હેલ્પર બહેનોએ પોતાના પડતર પ્રશ્નો અંગે ફતેપુરા T.D.O ને આવેદનપત્ર આપ્યુ હતું
આંગણવાડી વર્કર-હેલ્પરનાં માનદ વેતન વધારા સહીતનાં પડતર પ્રાણ પ્રશ્નો અંગે નિર્ણય કરવા માટે કરી...
Air India के विमान में केबिन क्रू से मारपीट, आरोपी यात्री गिरफ्तार; IB को सौंपी गई जांच
मुंबई। कालीकट से बहरीन जा रहे एअर इंडिया के विमान में केबिन क्रू से मारपीट और विमान का...
সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গৰলোচাৰ অসম সমবায় মৰাপাট কল পৰিদৰ্শন।
মন্ত্ৰীত্ব লাভৰ পিছত পোন প্ৰথমবাৰৰ বাবে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে মন্ত্ৰী...