LMCH ৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বিসংগতিক লৈ উত্তৰ লখিমপুৰ নগৰত পৃথকে পৃথকে প্ৰতিবাদ।

 প্ৰথমে আছুৱে প্ৰতিবাদী কার্যসূচি ৰূপায়ন কৰি দাহ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা।

আনহাতে একে সময়তে AJYCP য়েও উত্তৰ লখিমপুৰ নগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দাহ কৰে স্বাস্থ্যমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ পুত্তলিকা ।

 AJYCP প্ৰতিবাদকাৰী সকলে মানৱ ডেকা go back, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ ধ্বনিৰে উত্তাল কৰে উত্তৰ লখিমপুৰ নগৰৰ আকাশ বতাহ।

LMCH ৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বিসংগতিক লৈ উত্তৰ লখিমপুৰ নগৰত পৃথকে পৃথকে প্ৰতিবাদ