মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপৰ পোৰাবঙলাৰ দৃশ্য এইয়া । প্ৰতিবাদত নামিছিল আটছাৰ লগতে বগীঢলা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ। ২০১৭ চনৰ পৰাই মালিক পক্ষই শ্ৰমিকক কৰা গুলীচালনা ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ আছে বগিধলা চাহ বাগিচাখন । বহু প্ৰতিবাদ,বহু আলোচনাৰ পিছতো আজি পৰ্যন্ত শ্ৰমিকে ন্যায় নাপালে। খোল নাখালে চাহ বাগিচাখন । যাৰ ফলত হাহাকাৰ শ্ৰমিকৰ । নিৰুপাই চাহ শ্ৰমিক। ১৫ ছেপ্টেম্বৰৰ পৰা চাহ শ্ৰমিকে অবিৰত ভাৱে মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰিছে। আজি ৩৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ সাময়িক সমাপ্তি কৰে।মৰঙি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্মন্ত্ৰীলৈ এক দাবী পত্ৰ প্ৰেৰণ কৰে। দাবী সমূহ পূৰণ কৰি বাগিছা পুনৰ উজ্জীৱিত নকৰা পৰ্যন্ত চাহ শ্ৰমিকক লগত লৈ চাহ জনজাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী চলাই নিব বুলি হুংকাৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાવનગર શહેર માંથી સરકારી ગોડાઉનમાંથી તુવેરદાળ અને તેલના પાઉચ ચોરાયા
ભાવનગર શહેર માંથી સરકારી ગોડાઉનમાંથી તુવેરદાળ અને તેલના પાઉચ ચોરાયા
108 ની ટીમની પ્રશંસની કામગીરી, પરિવારે ટીમની આભાર માન્યો..
શિહોરી ની સરકારી હોસ્પિટલમાં તાજું જન્મેલું બાળકને શ્વાસ લેવામાં તકલીફ થતી હતી એટ્લે શિહોરી...
Bindas Baatein: 100 Crore कमाने की ओर बढ़ी ‘The Kerala Story', Virat ने Anushka से कह दी ऐसी बात
आप देख रहे है हमारे जागरण का न्यू शो bindaas batein और में हु आपके साथ वंशिका तो आज हाज़िर हु...
फोटोग्राफर का महाकुंभ वर्कशॉप 23 जून को बून्दी में कई राज्यों के फोटोग्राफर लेंगे भाग मॉडल शूट अवार्ड सेरेमनी मुख्य आकर्षण होंगें
फोटोग्राफर वेलफेयर एसोसिएशन राजस्थान के प्रदेश अध्यक्ष प्रदीप तिवारी की और से बून्दी में दूसरी...