জনজাতি কৰণৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জ্বলিছে নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিমূৰ্তি। সমান্তৰাল কৈ ব্যতিক্ৰম নহয় মৰাণ। আজি চুতীয়া জাতি যুৱ সন্মিলন অসম চৰাইদেউ জিলা সমিতিয়ে মৰাণৰ ট্ৰেফিক পইণ্টত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে পৰিবেশ। লগতে এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আগন্তুক লোকসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলি সকিয়নী প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अमरनाथ गुफा के पास बादल फटा, 5 की मौत की खबर, NDRF, ITBP रेस्क्यू मेें जुटीं
जम्मू-कश्मीर में शुरुवार की शाम करीब साढ़े पांच बजे अमरनाथ की गुफा के पास बादल फट गया. इसमें पांच...
Aaj Tak G 20 Summit: जब महंगाई के सवाल पर नाराज हो गईं Smriti Irani!
Aaj Tak G 20 Summit: जब महंगाई के सवाल पर नाराज हो गईं Smriti Irani!
રાધનપુર નગરપાલિકા દ્વારા વેરા વસુલાત માટે લાલ આંખ | SatyaNirbhay News Channel
રાધનપુર નગરપાલિકા દ્વારા વેરા વસુલાત માટે લાલ આંખ | SatyaNirbhay News Channel
સુરત જિલ્લામાં ગણેશ વિસર્જન કરવામાં આવી રહ્યું છે
સુરત જિલ્લામાં ગણેશ વિસર્જન કરવામાં આવી રહ્યું છે
મહિસાગર જિલ્લામાં આમ આદમી પાર્ટીના કાર્યકર્તા પર હુમલો
મહિસાગર જિલ્લામાં આમ આદમી પાર્ટીના કાર્યકર્તા પર હુમલો