জনজাতি কৰণৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জ্বলিছে নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিমূৰ্তি। সমান্তৰাল কৈ ব্যতিক্ৰম নহয় মৰাণ। আজি চুতীয়া জাতি যুৱ সন্মিলন অসম চৰাইদেউ জিলা সমিতিয়ে মৰাণৰ ট্ৰেফিক পইণ্টত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে পৰিবেশ। লগতে এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আগন্তুক লোকসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলি সকিয়নী প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડભોઇ : શ્રી જી .એમ.વી.અંબિકા પ્રા શાળા ખાતે નાતાલ પર્વની ઉજવણી | SatyaNirbhay News Channel
ડભોઇ : શ્રી જી .એમ.વી.અંબિકા પ્રા શાળા ખાતે નાતાલ પર્વની ઉજવણી | SatyaNirbhay News Channel
অনিল নগৰ আৰু বিগ বজাৰৰ গাৰ্ড ৱাল পৰ্যবেক্ষণ কৰে মন্ত্ৰী অশোক সিংহালে
অনিল নগৰৰ আৰু বিগ বজাৰৰ সমিপৰ অঞ্চলত ভৰলু নদীৰ দুয়োকাষে নিৰ্মাণ কৰি থকা গাৰ্ড ৱালৰ কামৰ আজি...
બનાસકાંઠા : ભાભર તાલુકાના ખેડૂતોની વેદના આવી સામે
બનાસકાંઠા : ભાભર તાલુકાના ખેડૂતોની વેદના આવી સામે
इटावा में स्कूली छात्रों ने निकाली तिरंगा रैली
इटावा क़स्बे में राजकीय उच्च माध्यमिक विद्यालय के छात्रो ने निकाली तिरंगा रैली लगाये देश भक्ति...
અમરેલી : સ્વાન એનર્જી કંપની સામે વિરોધ કર્યો | SatyaNirbhay News Channel
અમરેલી : સ્વાન એનર્જી કંપની સામે વિરોધ કર્યો | SatyaNirbhay News Channel