ভিক্টৰ দাসৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ। ২৯ ছেপ্টেম্বৰলৈ এই অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ ভিক্টৰৰ। ভিক্টৰৰ অধিবক্তা অংশুমান বৰাই সদৰী কৰে এই কথা।