চন্টকত নাহৰফুটুকী পঞ্জৰাবদ্ধ

নাজিৰাৰ চন্টকৰ নামচাইত নাহৰফুটুকী পিঞ্জৰা বদ্ধ ৷ বনবিভাগে পতা পতা পিঞ্জৰাত আৱদ্ধ নাহৰফুটুকীটো ৷ আজি বহুদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাইছিল নাহৰফুটুকীটোৱে ৷ বনবিভগৰ লোক উপস্থিত ৷