মাজুলীত দিনকদিনে বৃদ্ধি পাইছে এনিমীয়া ৰোগীৰ সংখ্যা ৷
মাজুলীৰ গৰ্ভাৱতি মহিলাৰ মাজত দেখা দিয়া তেজ কমি যোৱা আদি ৰোগ নিৰাময়ৰ বাবে মাজুলীৰ চিকিৎসা বিভাগে বিভিন্ন ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷
এই উপলক্ষে আজি জেংৰাইমুখত এনিমীয়া ৰোগীৰ পৰিক্ষা কৰা হয় ৷