মঙলদৈ জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন ৷লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মৃত্যু তিথিক লোক কল্যাণ দিৱস হিচাপে উদযাপন৷ সুদক্ষ কৰ্মচাৰী হিচাপে স্বকৃত জিলা উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীবহুত পলম হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মৃত্যুতিথি স্বীকৃতিঃ নগেন্দ্ৰ নাথ শৰ্মা
অসমক ভাৰতৰ সতে একত্ৰীকৰণত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদান অপৰিসীম৷
অসমত অসমীয়া ভাষাক ৰাজ্যিকভাষা হিচাপে জীয়াই ৰখাত গোপীনাথ বৰদলৈ অৱদান অপৰিসীম৷