সোণাৰিত আৰক্ষী-যুৱ ছাত্ৰ কৰ্মীৰ মাজত টনা আঁজুৰা।বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিমূৰ্তি দাহ AJYCP কৰ্মীৰ।দাহ কৰা পুত্তলিকা নুমুৱাবলৈ প্ৰতিবাদ স্থলীত উপস্থিত হ'ল অগ্নিনিৰ্বাপক বাহিনী।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।