কাকপথাৰত বিশ্বকৰ্মা বিশ্বকৰ্মা পূজাৰ প্ৰাকমূহুৰ্তত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ কাকপথাৰৰমাইঠংত বিশ্বকৰ্মাৰ প্ৰতিমা নি থকা এখন ট্ৰাকৰ সৈতে এখন ৰয়ল এনফিল্ড বুলেট বাইকৰ মূখামূখি সংঘৰ্ষত বাইক আৰোহী জন গুৰুত্বৰ ভাবে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দিশে বিশ্বকৰ্মাৰ প্ৰতিমা লৈ গৈ থকা AS O6 AC 6306 নম্বৰৰ 709 ট্ৰাক খনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা AR 16 7591 নম্বৰৰ মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰত খুণ্ডা মৰাত মটৰ চাইকেল আৰোহী জন গুৰত্বৰ ভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত কাকপথাৰ আৰক্ষী উপস্থিত হৈ আহত জনক উন্নত চিকিৎসাৰ বাবে ১০৮ এম্বুলেঞ্চেৰে হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আহত মটৰ চাইকেল আৰোহী জনৰ পৰিচয় এতিয়ালৈ লাভ কৰা নাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
समाज सेवी सोनल गुप्ता ने ब्लॉक किया सिटी पार्क का गेट
राजीव नगर निवासीयो की समस्या को देखते हुए समाजसेवी सोनल गुप्ता ने आज सिटी पार्क का गेट नंबर 3 के...
Army hold two days Seminar cum panel discussion on China
A two day long Seminar cum panel discussion on the theme of Demystifying the Dragon, being...
ऊर्जा राज्य मंत्री हीरालाल नागर ने एक पेड़ माँ के नाम अभियान के तहत डाबी गोपाल गौशाला में किया पौधारोपण
बून्दी
फ़रीद खान
पर्यावरण संरक्षण के प्रयासों में भूमिका निभाकर आने वाली पीढ़ी को दें स्वच्छ...