চৰাইদেউ জিলা হেণ্ডবল সন্থা আৰু সাপেখাতী কাবাডী ক্লাবৰ উদ্যোগত বৃহস্পতিবাৰে সম্বৰ্ধনা আৰু ক্ৰীড়া সজাগতা সভা অনুষ্ঠিত কৰা হয়।শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ অসম চৰকাৰৰ কৃতি শিক্ষকৰ দৰে বঁটা পাবলৈ সক্ষম হোৱা ৰহনৰ নৰেণ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে সাপেখাতী কাবাডী ক্লাব আৰু হেণ্ডবল সন্থাই। সমান্তৰালকৈ সাপেখাতী কাবাডী ক্লাবৰ পৰা নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ৰহনৰ গৌৰৱ সুস্মিতা বৰা ,লক্ষিমী নেৱাৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেণ্ডবল খেলুৱৈ নিৰঞ্জন চেতিয়াক সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'मस्जिद, मजारों पर बुलडोजर चला दिया…' Gyanvapi मामले में Maulana Tauqeer Raza ने Court पर क्या कहा?
'मस्जिद, मजारों पर बुलडोजर चला दिया…' Gyanvapi मामले में Maulana Tauqeer Raza ने Court पर...
হোজাইত বান সাহাৰ্য্যত দুৰ্নীতি হৈছে নেকি ?
হোজাইত বান সাহাৰ্য্যত দুৰ্নীতি হৈছে নেকি ?
এইবাৰ প্ৰতিবাদত নামিল কোমোৰাকটা আৰু ঠেপলাগুৰি...
पामेरा में राष्ट्रीय खेल दिवस पर हुआ खेलों का आयोजन
*पामेरा मे राष्ट्रीय खेल दिवस पर हुआ खेलों का आयोजन*
रेवदर पामेरा के श्रीमती...
Aaj Tak Helicopter Shot: Muzaffarpur के Muslim Voter BJP या Congress किसका देंगे साथ?
Aaj Tak Helicopter Shot: Muzaffarpur के Muslim Voter BJP या Congress किसका देंगे साथ?
कोटा विकास प्राधिकरण से बून्दी जिले के गांवो को मुक्त कर बूंदी विकास प्राधिकरण बनाये सरकार- हरिमोहन
बून्दी। शुक्रवार को विधानसभा मे नियम 295 के तहत बोलते हुये बूंदी विधायक हरिमोहन शर्मा ने कहा कि...