👉 *শোনিতপুৰৰ খেলমাটিত পথ দূৰ্ঘটনা*
👉 *থিতাতে নিহত পথাচাৰী*
👉 *খেলমাটিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ পথ দূৰ্ঘটনাটো*
👉 *থিতাতে নিহত সুকুমাৰ বৈশ্য নামৰ এজন ব্যক্তি*
👉 *আল্ট্ৰাৰ বাছৰ খুন্দাত নিহত ব্যক্তিজন*
👉 *দূৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ AS 12 BC 3493*