এজাক চৰাই আৰু এজন মুচিৰ মাজত আছে এক অন্যবদ্য সম্পৰ্ক। সদায় মুচি জনৰ কাষতেই থাকেে এজাক চৰাই। মুচিজনে সদায়েই নিজৰ উপাজন কিছু অংশ চৰাইৰ খাদ্য ক্ৰয় কৰে। চৰাই বিলাকেই মুচিজনৰ ওচৰত খাদ্য খাবলৈ সদায়েই ভিৰ কৰে।