ৰাজ্যৰ কেবিনেট মন্ত্ৰী আৰু সোণাৰিৰ বিধায়কৰ অংশগ্ৰহণ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহণ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ 'পিপল টু পিপল মিট'ত। থাইলেণ্ডৰ বেংককত NorthEast India Festival ৰ লগত সংগতি ৰাখি ভাৰতীয় দূতাবাসে আজি আয়োজন কৰা পিপল টু পিপল এক্সচেঞ্জ মিটত উপস্থিত থাকে মন্ত্ৰী গৰাকী । ইয়াত ভাৰতৰ উত্তৰ-পূবক দক্ষিণ পূব এছিয়াৰ সৈতে সংযোগ কৰাৰ বিষয়ত আলোচনা কৰা হয় লগতে বিশেষকৈ আমাৰ ইতিহাস আৰু টাই ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান মন্ত্ৰী যোগেন মহনৰ। উল্লেখ্য যে এই কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া তথা সাংস্কৃতিক কৰ্মীসকল উপস্থিত থাকে।