হোজাইত বদৰুদ্দিন আজমলৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা ৰিফৰ দ্বাৰা পৰিচালিত মৰ্কজুল একাডেমীৰ এগৰাকী ছাত্ৰ আজি ৰহস্যজনক বাবে মৃত্যু হোৱাত সৃষ্টি হৈ তীব্ৰ উত্তেজনাৰ।একাডেমীত বিগত তিনি বছৰ ধৰি অধ্যয়নৰত আছিল ডিব্ৰুগড় মৰানহাটৰ মেধাবী ছাত্ৰ ফাৰহাচ হুছেইন ।দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ সহ কেইজন মান ছাত্ৰক লগত লৈ দুগৰাকী শিক্ষকৰ নেতৃত্বত ২৪ ঘণ্টাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই লৈ যায় জামাতত।সেই মতে আজি উভতি অহাৰ সময়ত মচজিদৰ সম্মুখত থকা পুখুৰীত ছাত্ৰ ডুব যোৱাত মৃত্যু হোৱা বুলি বিদ্যালয় কৰ্তৃপক্ষই মন্তব্য কৰিছে যদিও ঘটনাটো ৰহস্যজনক হৈ আছে।ইফালে ছাত্ৰ জনৰ মৃত্যুৰ খবৰ বিয়পি পৰাত মৃতকৰ আত্মীয় বিদ্যালয়ত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে বিদ্যালয়ৰ এখন বাহন আৰু কাউণ্টাৰৰ বিস্তৰ ক্ষতিসাধন কৰে।একাডেমিৰ হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্ৰ জনৰ অভিভাৱকক অৱগত নকৰাকৈ ছাত্ৰ জনক বাহিৰলৈ কিয় নিব বুলি প্ৰশ্ন তুলি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনক হত্যা কৰাৰ তুলিছে অভিযোগ।ইপিনে মৃতকৰ অভিভাৱকৰ সৈতে বিদ্যালয় কৰ্তৃপক্ষই আলোচনা কৰে যদিও তাতো দুয়োপক্ষৰ মাজত তুমূল বাক বিতণ্ডাৰ সুত্রপাত ঘটে আৰু ছাত্ৰ জনৰ দেহত আঘাতৰ চিন থকা বুলিও কৰে অভিযোগ।পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ অব্যাহত ৰাখিছে চেষ্টা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરાની J.T.A. સ્પોર્ટ્સ એન્ડ સેલ્ફ ડિફેન્સ એકેડમીના વિદ્યાર્થીઓએ રાજ્યકક્ષાની સ્પર્ધામાં ભવ્ય જીત
વડોદરાની J.T.A. સ્પોર્ટ્સ એન્ડ સેલ્ફ ડિફેન્સ એકેડમીના વિદ્યાર્થીઓએ રાજ્યકક્ષાની સ્પર્ધામાં ભવ્ય જીત
ખેડા જિલ્લામાં કોંગ્રેસના સુપડા સાફ,6 બેઠકો ઉપર ભાજપનો ભગવો લહેરાયો| #latestnews
ખેડા જિલ્લામાં કોંગ્રેસના સુપડા સાફ,6 બેઠકો ઉપર ભાજપનો ભગવો લહેરાયો| #latestnews
Ghatam player Sukanya : घटम पर जब इनके हाथ पड़ते हैं तो जादू पैदा होता है... (BBC Hindi)
Ghatam player Sukanya : घटम पर जब इनके हाथ पड़ते हैं तो जादू पैदा होता है... (BBC Hindi)
Anti drug campaign અંતર્ગત ગૃહરાજ્ય મંત્રી Harsh Sanghvi ઉપસ્થિતિમાં પત્રકાર પરિષદ | Gujarat Police
Anti drug campaign અંતર્ગત ગૃહરાજ્ય મંત્રી Harsh Sanghvi ઉપસ્થિતિમાં પત્રકાર પરિષદ | Gujarat Police
જૂની પેન્શન યોજના શરૂ કરવા અને ફિક્સ પગાર પ્રથા બંધ કરવાની માંગ સાથે કેશોદમાં કર્મચારીઓની રેલી
જૂની પેન્શન યોજના શરૂ કરવા અને ફિક્સ પગાર પ્રથા બંધ કરવાની માંગ સાથે કેશોદમાં કર્મચારીઓની રેલી