কুৰবান আলী আহমেদ মানিকপুৰ ১৫ ছেপ্তেম্বৰঃ--বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত বালুগুদাম প্ৰিচিনিয়ৰ মাদ্ৰাছাৰ কথা ।এই মাদ্ৰাছাৰ মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে স্হানীয় ৰাইজৰ প্ৰধান শিক্ষক আফজাল হোসেনৰ বিৰুদ্ধে । ৰাইজে জনোৱামতে ২৩৭ নং দাগৰ ৮৯ নং পট্টাৰ ২ কটা ১০ লেচা স্কুলৰ মাটি স্হানীয় ব্যক্তি জনৈক মফিদুলৰ ইছলাম নামৰ ব্যক্তি এজনে সেই স্কুলৰ মাটিত ঘৰ উঠাই বসবাস কৰি আছে। এলা পেছা ঘৰ নহয় পকি ঘৰৰ উঠাইছে। ৰাইজৰ প্ৰশ্ন ইমান সাহস ক'ত পালে স্কুলৰ মাটিত পকি ঘৰ উঠাবলৈ। কিয় নিমাত স্কুলৰ প্ৰধান শিক্ষক আৰু স্কুল পৰিচালনা সমিতিয়ে। কিয় ব্যৱস্থা নলয় ঘৰ উঠোৱা জনৈক মফিদুল ইছলামৰ বিৰুদ্ধে। মোটা অংকৰ ধনৰ বিনিময়ত প্ৰধান শিক্ষক আৰু স্কুল পৰিচালনা সনিতিয়ে বিহীত ব্যৱস্থা নোলোৱা বুলি ৰাইজে আমাৰ সাংবাদিকৰ আগত মত পোষন কৰে। স্কুল খনত গৰমৰ বন্ধ শেষ হোৱাৰ পৰা ১১ তাৰিখলৈ ছাত্ৰ ছাত্ৰীৰ মাজত দুপৰীয়া আহাৰ একদিনো খুওৱা নাই। কিয় নুখুৱালে সেই বিষয়ে ৰাইজৰ মাজত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ সঠিক তদন্তত কৰি দোষীক শাস্তি প্ৰদান কৰিবনে সেয়া হব লক্ষনীয় বিষয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शेतकऱ्याची आर्त हाक! काढून ठेवलेले सोयाबीन, अतिवृष्टीमुळे पुराच्या पाण्यात गेले वाहून..
शेतकऱ्यांनी काढून ठेवलेले सोयाबीन, अतिवृष्टीमुळे पुराच्या पाण्यात गेले वाहून..
मोसंबीला गळती लागल्याने बळिराजा संकटातप्रशासनाच्या उदासीन धोरणामुळे शेतकरी अडचणीत
मोसंबीला गळती लागल्याने बळिराजा संकटातप्रशासनाच्या उदासीन धोरणामुळे शेतकरी अडचणीत
मानसिक स्वास्थ्य दिवस पर बालचंद पाड़ा आयुर्वेद चिकित्सालय में गोष्ठी का हुआ आयोजन
बूंदी । मानसिक स्वास्थ्य दिवस आयोजन की श्रृंखला में आज बालचंदपाडा स्थित राजकीय जिला...
কাকপথাৰ সমবায় সমিতিৰ কায্যালয়ৰ পৰা এটা অজগৰ সাপ উদ্ধাৰ।
কাকপথাৰ সমবায় সমিতিৰ কায্যালয়ৰ পৰা এটা অজগৰ সাপ উদ্ধাৰ।
উদ্ধাৰ কৰি কাকপথাৰ...
Devusinh Chauhan, Minister of State for Communications Government of India, visited Ganesh pandal of Indraprastha Yuvak Mandal
Devusinh Chauhan, Minister of State for Communications Government of India, visited Ganesh pandal...