নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত দলুৱা পৈচৰাৰ ৰেলৱে দলংৰ তলত আজি এটি মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷মৃত লোকজন ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পৈচৰা গাৱঁৰ টেম্পো চালক আনাৰ আলি বুলি চিনাক্ত কৰা হৈছিল৷পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে৷ঘটনাস্থলীত আৰক্ষী প্ৰশাসন উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ajmer Sharif की Dargah पर Biparjoy Cyclone का दिखा रौद्र रूप , Flood में सब कुछ बहा | Rajasthan News
Ajmer Sharif की Dargah पर Biparjoy Cyclone का दिखा रौद्र रूप , Flood में सब कुछ बहा | Rajasthan News
NIA Raid: महाराष्ट्र-कर्नाटक में 40 से ज्यादा जगहों पर NIA का छापा, ISIS साजिश मामले में 15 गिरफ्तार
NIA Raid: महाराष्ट्र-कर्नाटक में 40 से ज्यादा जगहों पर NIA का छापा, ISIS साजिश मामले में 15 गिरफ्तार
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সোণাৰিত চৰাইদেউ আৰক্ষীৰ পদ সঞ্চালন কাৰ্যসূচী
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সোণাৰিত চৰাইদেউ আৰক্ষীৰ পদ সঞ্চালন কাৰ্যসূচী
ગુજરાત પોલીસે ગુજરાત બહાર મહારાષ્ટ્ર, ઉત્તર પ્રદેશ, દિલ્હી,જેવા રાજ્યોમાં પણ ડ્રગ્સ પકડ્યું છે!DGP
ગુજરાત પોલીસે ગુજરાત બહાર મહારાષ્ટ્ર, ઉત્તર પ્રદેશ, દિલ્હી,જેવા રાજ્યોમાં પણ ડ્રગ્સ પકડ્યું છે!DGP