জনজাতিকৰণ দাবীত শিৱসাগৰ আটাছুৰ প্ৰতিবাদ

শিৱসাগৰত উতপ্ত পৰিস্থিতি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ- বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে ৫ খন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিলে যদিও বাদ পৰিল অসমৰ ছয় জনগোষ্ঠী- এইয়া ক্ষোভৰ বৰ্হিপ্ৰকাশ প্ৰতিবাদৰ এইয়া আংশিক ৰূপ ইয়াৰ পিছৰ পৰ্য্যয়ৰ অসমত যি ভয়ানক পৰিস্থিতি হব তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোডী সাজু হৈ থাকক সমাগত নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হব এইয়া মাত্ৰ আৰম্ভনী শেষ কত হব আমি কোনো নাজানো বুলি নিজৰ ক্ষোভ উজাৰে আটাছুৱে চৰকাৰে জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা