মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাব তিথি উদযাপনক কেন্দ্ৰ কৰি আছু আৰু মাধৱদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত সৃষ্টি হৈছে সংঘাত। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড• দিবাকৰ চন্দ্ৰ ডেকাৰ কৰ্মকাণ্ডত ক্ষুন্ন সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা। সাতামপুৰুষীয়া সম্প্ৰীতিত ব্যাঘাত জন্মোৱাৰ অভিযোগ উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে। উপাচাৰ্য ড• দিবাকৰ চন্দ্ৰ ডেকাক কঠোৰ সকীয়নি আছুৰ। উল্লেখ্য যে,প্ৰতিস্থা কালৰে পৰা মাধৱদেৱ মহাবিদ্যালয় বৰ্তমান বিশ্ববিদ্যালয়ৰ সহযোগত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাব তিথি ভাগ বিদ্যালয় চৌহদত অতি উলহমালহেৰে উদযাপন কৰি আহিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে এইবাৰ বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য গৰাকীয়ে ইয়াৰ বিৰোদ্ধিতা কৰাৰ লগতে বিশ্ববিদ্যালয় চৌহদত গুৰুজনাৰ তিথি উদযাপনত বাধাআৰোপ কৰিলে। ফলত পথৰ দাঁতিত গুৰুজনাৰ তিৰোভাব তিথিভাগ উদযাপন কৰিব লগা হ'ল। ইয়াকে লৈ ক্ষুন্ন হৈ পৰিছে ছাত্ৰ সংগঠনটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शादी के चार दिन बाद ही पति को छोडकर फरार हुई लूटेरी दुल्हन को पुलिस ने 18 माह बाद दो दलालो सहित दबोचा, शादी करने की एवज मे लिये थे दो लाख रूपये
बून्दी। जिले के रायथल थाना क्षेत्र के खटियाडी गांव से शादी के चार दिन बाद ही फरार हुई लूटेरी...
लायंस क्लब कोटा स्टार और लायंस क्लब कोटा हाड़ौती ने किया यातायात पुलिसकर्मियों का सम्मान
लायंस क्लब कोटा स्टार और लायंस क्लब कोटा हाड़ौती द्वारा साहस और बहादुरी दिखाने वाले यातायात...
Rahul Gandhi Speech के वो पल जब सत्त पक्ष के लोग उठ खड़े होने को मजबूर हो गए
Rahul Gandhi Speech के वो पल जब सत्त पक्ष के लोग उठ खड़े होने को मजबूर हो गए
JETPUR જેતપુરમાં ધોરાજી રોડ પર ટેક્ષ પ્રિન્ટના કારખાનામાં આગ લાગી 12 11 2022
JETPUR જેતપુરમાં ધોરાજી રોડ પર ટેક્ષ પ્રિન્ટના કારખાનામાં આગ લાગી 12 11 2022
राशन कोटे की दुकान का चयन कोरम के अभाव में नहीं हुआ।
राशन कोटे की दुकान का चयन कोरम के अभाव में नहीं हुआ।
जनपद जौनपुर तहसील केराकत विकास खंड...