মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাব তিথি উদযাপনক কেন্দ্ৰ কৰি আছু আৰু মাধৱদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত সৃষ্টি হৈছে সংঘাত। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড• দিবাকৰ চন্দ্ৰ ডেকাৰ কৰ্মকাণ্ডত ক্ষুন্ন সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা। সাতামপুৰুষীয়া সম্প্ৰীতিত ব্যাঘাত জন্মোৱাৰ অভিযোগ উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে। উপাচাৰ্য ড• দিবাকৰ চন্দ্ৰ ডেকাক কঠোৰ সকীয়নি আছুৰ। উল্লেখ্য যে,প্ৰতিস্থা কালৰে পৰা মাধৱদেৱ মহাবিদ্যালয় বৰ্তমান বিশ্ববিদ্যালয়ৰ সহযোগত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাব তিথি ভাগ বিদ্যালয় চৌহদত অতি উলহমালহেৰে উদযাপন কৰি আহিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে এইবাৰ বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য গৰাকীয়ে ইয়াৰ বিৰোদ্ধিতা কৰাৰ লগতে বিশ্ববিদ্যালয় চৌহদত গুৰুজনাৰ তিথি উদযাপনত বাধাআৰোপ কৰিলে। ফলত পথৰ দাঁতিত গুৰুজনাৰ তিৰোভাব তিথিভাগ উদযাপন কৰিব লগা হ'ল। ইয়াকে লৈ ক্ষুন্ন হৈ পৰিছে ছাত্ৰ সংগঠনটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેર શક્તિ સેના દ્વારા પૂજ્ય માલદેવ બાપુ ને પુષ્પાંજલિ અર્પણ કરવામાં આવી
મહેર શક્તિ સેના દ્વારા પૂજ્ય માલદેવ બાપુ ને પુષ્પાંજલિ અર્પણ કરવામાં આવી
Minister Piyush Hazarika is happy in Dhakuakhana
Minister Piyush Hazarika is happy in Dhakuakhana
Mossad के फेल होने के बाद अब Israel को Hamas से कौन बचाएगा? एक्सपर्ट ने ये बताया। Benjamin Netanyahu
Mossad के फेल होने के बाद अब Israel को Hamas से कौन बचाएगा? एक्सपर्ट ने ये बताया। Benjamin Netanyahu
Union Budget 2024 Updates: करोड़ युवाओं के लिए मोदी सरकार की नई इंटर्नशिप स्कीम क्या है?
Union Budget 2024 Updates: करोड़ युवाओं के लिए मोदी सरकार की नई इंटर्नशिप स्कीम क्या है?