ছয় জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা নচলিৱ। ভয়াবহ আন্দোলনৰ সম্মুখীন হবলৈ সাজু থাকক চৰকাৰ। মটক যুৱ ছাত্ৰ সন্মিলন কাকপথাৰ আঞ্চলিক সমিতিৰ সা: সম্পাদক মিন্টু গোহাঁইৰ হুংকাৰ।