৫ বছৰে বন্ধ মৰঙীৰ বগীঢলা চাহ বাগিচা:হাহাকাৰ শ্ৰমিকৰ।নায্য প্ৰাপ্তিৰ দাবীত আটছাৰ প্ৰতিবাদ।মৰঙি ৰাজহ চক্ৰ বিষয়া কায্যালয়ৰ সমীপৰ দৃশ্য এয়া । তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। যোৱা ২০১৭ চনৰ পৰাই বগীঢলা চাহ বাগিচাত মালিক পক্ষই শ্ৰমিকক গুলীচালনা কৰা ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ আছে বাগিচাখন । যাৰ ফলত তাত কৰ্মৰত হৈ থকা শ্ৰমিকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰ লগতে বাগিচা বন্ধ প্ৰত্যাহাৰ কৰাৰ দাবীত আটছা গোলাঘাট শাখাৰ উদ্যোগত মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰেই এই সমস্যাৰ সমাধান নহলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Yemen में हूती विद्रोहियों पर America का बड़ा हमला, मिडिल ईस्ट में युद्ध का खतरा
Breaking News: Yemen में हूती विद्रोहियों पर America का बड़ा हमला, मिडिल ईस्ट में युद्ध का खतरा
પાલનપુર થી 1378 ઘેટા બકરા ભરેલી 5 ટ્રકો ઝડપાઈ
પાલનપુર થી 1378 ઘેટા બકરા ભરેલી 5 ટ્રકો ઝડપાઈ
PM Modi की रैली में आए मोदी समर्थक शिक्षक बोले, जो जिसका अच्छा लगेगा, बोलूंगा! Kolhapur Elections
PM Modi की रैली में आए मोदी समर्थक शिक्षक बोले, जो जिसका अच्छा लगेगा, बोलूंगा! Kolhapur Elections
ગિરનાર પર્વત પર ભારે વરસાદ પડતાં દામોદરકુંડમાં આવ્યા પુર
ગિરનાર પર્વત પર ભારે વરસાદ પડતાં દામોદરકુંડમાં આવ્યા પુર
ગિરનાર પર્વત ભારે વરસાદ વરસતા ગિરનાર...
नुकसानीची पाहणी अवघ्या 24 मिनिटांमध्ये हाईल का? सत्तारांचा सवाल*
औरंगाबाद : उद्धव ठाकरेंनी अडीच तासांच्या औरंगाबाद दौऱ्यात अवघी 24 मिनिटे पाहणी केली. आता...