বৃহস্পতিবাৰে আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীৰে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে
আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ

