বৃহস্পতিবাৰে আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীৰে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ  সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে