ৰাজ্য মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে দৰিদ্ৰ ৰাইজলৈ যোগান বিনামুলীয় চাউল বিতৰণত কোনো ধৰণৰ দুৰ্নীতিৰ সংঘটিত কৰিব নোৱাৰিব বুলি কঠোৰ নিদেৰ্শ প্ৰদান কৰিছিল যদিও ৰাজ্যত চলি আছে চোৰাং চৰকাৰী চাউলৰ বেহা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে চেপন আৰক্ষীয়ে নিশা শিৱসাগৰ দিশৰ পৰা সোণাৰিলৈ নি থকা অৱস্থাতে এখন ডিই গাড়ী সহ কাইবা শ কুইন্টল চোৰাং চৰকাৰী চাউল জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জানিবলৈ দিযা অনুসৰি AS33C0840 নম্বৰ গাড়ী খনত ৪৫ বেগ চৰকাৰী চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইতিমধ্য গাড়ীৰ খনৰ চালক বিজয় কয়া আৰু চাউল ব্যৱসায়ি ইব্ৰাহিম আলিক আটক কৰি জেৰা অব্যাহত ৰাখিছে চেপন আৰক্ষীয়ে। আৰক্ষীৰ জানিবলৈ দিয়া অনুসৰি গাড়ী চালক জন সোণাৰি মঞ্জুশ্ৰি বাগিচাৰ আৰু চাউল ব্যৱসায়ি ইব্ৰাহিম আলি ঘৰ শিৱসাগৰত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে চোৰাং চাউল খিনি সোণাৰিত কোন কোন ব্যৱসায়িক যোগান ধৰা হয় সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। দৰিদ্ৰ লোকলৈ অহা বিনামূলীয়া চাউলক লৈ এনে অসাধু ব্যৱসায়ীক চৰাইদেউ জিলা প্ৰশাসনে চিনাক্ত কৰি উচিত ব্যৱস্থা ল'বলৈ সচেতন লোকে মত পোষণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गैण्डोली थाने में तैनात लापता हेड कांस्टेबल का लगा सुराग, जेब खर्च के लिए निकाले 5 हजार
राजस्थान के बूंदी जिले के गैण्डोली थाने में तैनात लापता हेड कांस्टेबल रामचरण धाकड़ का उज्जैन में...
शेतकऱ्यांच्या सोयाबीनला प्रति क्विंटल 8 हजार रुपये भाव द्या,अाजेगांव परिसरातील शेतकऱ्यांची मागणी
शेतकऱ्यांच्या सोयाबीनला प्रति क्विंटल 8 हजार रुपये भाव द्या,अाजेगांव परिसरातील शेतकऱ्यांची मागणी
'मस्जिद, मजारों पर बुलडोजर चला दिया…' Gyanvapi मामले में Maulana Tauqeer Raza ने Court पर क्या कहा?
'मस्जिद, मजारों पर बुलडोजर चला दिया…' Gyanvapi मामले में Maulana Tauqeer Raza ने Court पर...
MSCI Global Index | February में आ सकते है कई बदलाव, कौन से कंपनियों के निवेशकों को होना होगा Alert?
MSCI Global Index | February में आ सकते है कई बदलाव, कौन से कंपनियों के निवेशकों को होना होगा Alert?
No suspicious object found: Police after Delhi school receives bomb threat
No suspicious object was found during an intensive search on the premises of the Delhi Public...