চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱত ৯০ বছৰ পুৰণি জাতীয় পতাকা উদ্ধাৰ

এক ঐতিহাসিক ক্ষণৰ সাক্ষী চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱৰ ৰাইজ। ১৯৩১ চনৰ এখন জাতীয় পতাকা উদ্ধাৰ হোৱা পাছত ৰাইজৰ মাজত ব্যাপক উৎকন্থা । স্বাধীন ভাৰতৰ পূৰ্বৰ খন পতাকা উদ্ধাৰ হৈছে সোণাৰি সৰুপথাৰৰ নিবাসী নয়নমণী ৰাজখোৱাৰ বাসগৃত।অতি পৌৰাণিক জাতীয় পতাকা খন নয়নমণীৰ বাসগৃহত উদ্ধাৰ হোৱাৰ পাছতে স্বাধীন ভাৰতৰ গৌৰৱ পতাকা খন দৰ্শন কৰিবলৈ স্হানীয় ৰাইজে লগালে হেতাওপৰা।নয়নমণিৰ ককাক পদ্মেশ্বৰ ৰাজখোৱা আছিল এজন স্বাধীনতা সংগ্ৰামী অৰ্থাৎ মুক্তি যুঁজাৰু। নয়নমণিৰ কনমানি কন্যাই ঘৰত আইতাকক এখন জাতীয় পতাকা বিচৰাত আইতাকে  ঘৰৰ পুৰণি এটা বাস্কৰ পৰা উলিয়াই দিয়ে এই পুৰণি ঐতিহাসিক ৯০ বছৰ পুৰণি জাতীয় পতাকাখ