গোলাঘাটৰ চোমণি আৰক্ষী চকীৰ অন্তগত মহিমাত দকাইটি।

গোলাঘাট চহৰৰ পৰা গাঁৱত কাপোৰ আৰু টিভি বিক্ৰী কৰিবলৈ মটৰ চাইকেলত অহা ব্যৱসায়ীক মহিমা তিনিআলিত লুট,পাট কৰে অচিনাক্ত দৃবৃত্তই। প্ৰায় ৪ খন মান ডিব্ৰুগড় ৰেজিষ্টেচনৰ বিলাসী গাড়ী একেলগে মহিমা তিনিআলিত ৰৈ লুট,পাট কৰে ব্যৱসায় কেইজনক। ব্যৱসায় কেইজনে চিঞৰ বাখৰ কৰিলত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত দকাইতৰ দলটো পলাই যাবলৈ সক্ষম হয় যদিও তেওঁ লোকে ব্যৱহাৰ কৰা নম্বৰ AS06U 7555এখন বিলাসী গাড়ী এৰি থৈ যায়। ব্যৱসায়ী কেইজনৰ ভাষ্যমতে তেওঁলোকৰ পৰা দকাইতৰ দলটোৱে দুটা টিভি লৈ যায়। বতমান চোমণি আৰক্ষী চকীৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে