শোনিতপুৰৰ বালিপৰাত পুনৰ নকল সোনসহ দুজনক গ্ৰেপ্তাৰ।চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰাৰ বামগাওঁ চাহ বাগিছাৰ পৰা আটক কৰে এখন সোনৰ ভূৱা নাওঁসহ দুজন প্ৰৱঞ্চকক । নিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে এই প্ৰৱঞ্চকেইজনক। আভিযান কালত প্ৰায় ১.৮২ কেজি ওজনৰ এখন সোনৰ নাওঁ দুটা মবাইল ফোন জব্দ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে। আটকাধীন প্ৰৱঞ্চক দুজন অকাবস্তি বঙালী গাওঁৰ মজিবুৰ ৰহমান আৰু গুদামঘাট মিৰি গাওঁৰ মহম্মদ আলি বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জব্দকৃত সোনৰ মূল্য প্ৰায় ৭৫ লাখ টকা হব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US Presidential Election: ट्रंप के मुकाबले कमला हैरिस का लगातार बढ़ रहा समर्थन, पूर्व राष्ट्रपति के पक्ष में सिर्फ 37% समर्थक
वॉशिंगटन। अमेरिकी राष्ट्रपति चुनाव में डेमोक्रेट प्रत्याशी कमला हैरिस चुनावी सर्वे में अपने...
পূজা সমিতি সমুহক দহ হেজাৰকৈ টকা দিব ৰাজ্য চৰকাৰে ।কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে মৰাণত তীব্ৰ প্ৰতিক্ৰিয়া।
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি পূজা কমিটি সমুহক দহহেজাৰকৈ টকা দিয়াৰ সিদ্ধান্তক মৰাণৰ পূজা কমিটি...
আজি শুভ মহাষষ্ঠী# বেলবৰণ#দেৱীৰ বোধন#
আজি মহাষষ্ঠী। প্ৰান্তে প্ৰান্তে শাৰদীয় দুৰ্গাপূজা উপলক্ষে দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস...
મુખ્યમંત્રી ભૂપેન્દ્રભાઈ પટેલ સુરત શહેરમાં આયોજિત ‘હર ઘર તિરંગા’ અભિયાનના ભાગરૂપે ‘તિરંગા પદયાત્રા’માં ભાગ લેશે
મુખ્યમંત્રી ભૂપેન્દ્રભાઈ પટેલ સુરતના પીપલોદ ખાતે ‘હર ઘર તિરંગા’ અભિયાન અંતર્ગત આયોજિત...