নুমলীগড়ত ক্ষোভ উজাৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই

বুধবাৰে অনুষ্ঠিত হোৱা মোদী কেবিনেটত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হল । পাঁচখন ৰাজ্যৰ ১৫ টা জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান কৰা হল। যদিও অসমৰ ৬জনগোষ্ঠীৰ নাম তালিকাত অন্তৰ্ভুক্ত নহল মোদীৰ কেবিনেটত অসমৰ ৬জনগোষ্ঠীক জনজাতি কৰণৰ তালিকাৰ পৰা বঞ্চিত হোৱাত ক্ষোভ উজাৰিলে চাহ জনজাতি ছাত্ৰ সন্থায়ে ।