দীৰ্ঘদিন ধৰি জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবী জনায় অহাৰ পাছতো অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছা চৰাইদেউ জিলা সমিতিয়ে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে। এই সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাক্তিয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি অসমৰ ছয় জনগোষ্ঠীয় দল-সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও শেহতীয়াকৈ অসমৰ এটাও জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা লাভ নকৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नौ अगस्त को भारत में लॉन्च होगी Lamborghini URUS SE, दमदार इंजन के साथ मिलेंगे बेहतरीन फीचर्स
इटली की सुपर कार निर्माता Lamborghini की ओर से URUS एसयूवी के SE वर्जन को नौ अगस्त 2024 को...
સાંસદ અને પૂર્વ પ્રભારી મંત્રી સામે આક્ષેપો કરનાર સામે પોલીસ ફરિયાદ નોંધાવતા દિપક માલાણી
સાંસદ અને પૂર્વ પ્રભારી મંત્રી સામે આક્ષેપો કરનાર સામે પોલીસ ફરિયાદ નોંધાવતા દિપક માલાણી
गोरखपुर नगर निगम के नवनिर्वाचित महापौर डॉ मंगलेश श्रीवास्तव और पार्षदगणों का शपथ ग्रहण समारोह। 2023
गोरखपुर/
मंत्री वित्त एवं संसदीय कार्य विभाग, उ0प्र0/प्रभारी मंत्री गोरखपुर के...
Meharaboon Irani’s Multibagger Stock Picking | डिफेंस सेक्टर में निवेशकों का बनेगा अच्छा पैसा | News
Meharaboon Irani’s Multibagger Stock Picking | डिफेंस सेक्टर में निवेशकों का बनेगा अच्छा...