সাংবাদিকৰ দল দেখি টিপুক সমবায় সমিতিৰ বিষয়া কৰ্মচাৰী পলায়ন কৰা সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সা: সম্পাদক উমানন্দ মুদৈ মৰাণৰ প্ৰতিক্ৰিয়া।

উচিত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী নেতা গৰাকীৰ।