আজি সোণাৰি কমাৰ্চ কলেজৰ প্ৰতিষ্ঠা দিৱস। ১৯৯১ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল চৰাইদেউ জিলাৰ এই শিক্ষানুষ্ঠান খনে। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি কমাৰ্চ কলেজত বাণিজ্য আৰু কলা দুয়োটা শাখাৰে পাঠ্যক্ৰমত নামভৰ্তিৰ সুবিধা আছে। উল্লেখ্য যে, এই শিক্ষানুষ্ঠান খনৰ মেধাৱী ছাত্ৰ প্ৰিয়াংশু দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰতে দশম স্থান দখলেৰে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM मोदी ने राहुल गांधी को बताया था बालक बुद्धि,कांग्रेस ने पीएम को बताया बैल बुद्धि !
प्रधानमंत्री नरेंद्र मोदी लोकसभा में राष्ट्रपति के अभिभाषण पर धन्यवाद प्रस्ताव का जवाब दे रहे थे।...
औरंगाबाद मध्ये हत्येचे सत्र सुरूच.
औरंगाबाद मध्ये हत्येचे सत्र सुरूच.जमिनीच्या वादातून मातंग समाजाच्या शेतकऱ्यांच्या डोक्यात कुराडी घा
Electoral Bonds पर Chandrachud जिस SBI को सुनाया, उसे चलाने वाले कौन लोग हैं?
Electoral Bonds पर Chandrachud जिस SBI को सुनाया, उसे चलाने वाले कौन लोग हैं?