সমাগত বিশ্বকৰ্মা পূজা ব্যস্ত নুমলীগড়ৰ মৃৎ শিল্পীসকল৷

সমাগত বিশ্বকৰ্মা পূজা৷ সমগ্ৰ ৰাজ্যৰ সামান্তৰালকৈ নুমলীগড়ৰ মৃৎ শিল্পীসকলো ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা মূৰ্ত্তিত ৰং তুলিকাৰে সজাই তোলাত ৷ নুমলীগড়ৰ পোৰাবাংলাত স্থিত মা দুৰ্গা শিল্পালয়তু দেখা গৈছে শিল্পীসকলৰ ব্যস্ততা ৷কভিদ সৃষ্ট পৰিবেশত দুটা বছৰে শিল্পীসকলে  জুৰুলা হৈ পৰি এইবাৰ অলপ হ’লেও আশাৰ ৰেঙনি পোৱাত হাহিঁ বিৰিঙি উঠিছে মৃৎ শিল্পীসকলৰ৷