আজি নলবাৰী চহৰৰ এন টি ৰোডত এজন যুৱক বিদ্যুত পৃষ্ঠ হৈ মৃত্যুক আকোঁৱালি লব লগা হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে চহৰৰ এটি এপাৰ্টমেণ্টৰ পিচপিনে গৃহস্থই চোৰৰ পৰা পৰিত্ৰাণ পাবলৈ অকতৃত্বশীল ভাবে বিদ্যুত সংযোগ কৰি থৈছিল৷উক্ত এপাৰ্টমেণ্টত এজন পোন্ধৰ বছৰীয়া যুৱক পিচপিনৰ পৰা সোমোৱাত উক্ত হৃদয় বিদাৰক ঘটনাটো ঘটে৷দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম অমিত দাস বুলি জানিব পৰা গৈছে৷যুৱকজনে পেলনীয়া বটল বিচাৰি সোমাইছিল এপাৰ্টমেণ্টটোৰ পিচপিনে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BSF Jawan killed, 2 Assam Rifles personals injured in firing between Security forces, insurgents in
Manipur
BSF Jawan killed, 2 Assam Rifles personals injured in firing between Security forces, insurgents...
एकनाथ शिंदे Vs उद्धव ठाकरे, सुप्रीम कोर्टाची तारीख पे तारीख, 2 महिन्यात 9 तारखा | Devendra Fadnavis
एकनाथ शिंदे Vs उद्धव ठाकरे, सुप्रीम कोर्टाची तारीख पे तारीख, 2 महिन्यात 9 तारखा | Devendra Fadnavis
Nawaz Sharif एक बार फिर Pakistan के प्रधानमंत्री बने तो फौज से उनके रिश्ते कैसे होंगे? (BBC Hindi)
Nawaz Sharif एक बार फिर Pakistan के प्रधानमंत्री बने तो फौज से उनके रिश्ते कैसे होंगे? (BBC Hindi)
ધારી:-હવેતો જગતનો તાત ખેડૂત પણ અકળાયા - સતત વરસાદ થી નુકસાન
ધારી:-હવેતો જગતનો તાત ખેડૂત પણ અકળાયા - સતત વરસાદ થી નુકસાન
মৰাণৰ খোৱাঙত পথাৰে পথাৰে আফ্ৰিকাৰ এজন যুৱক । নৱ প্ৰজন্মক খেতিত মনোনিৱেশ কৰিবলৈ আহ্বান জনালে যুৱকজনে
যিটো সময়ত অসমৰ কৃষকৰ মাজত খেতিৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে, শ শ বিঘা মাটি চন পৰি ৰৈছে , সেই সময়তে...