আজি নলবাৰী চহৰৰ এন টি ৰোডত এজন যুৱক বিদ্যুত পৃষ্ঠ হৈ মৃত্যুক আকোঁৱালি লব লগা হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে চহৰৰ এটি এপাৰ্টমেণ্টৰ পিচপিনে গৃহস্থই চোৰৰ পৰা পৰিত্ৰাণ পাবলৈ অকতৃত্বশীল ভাবে বিদ্যুত সংযোগ কৰি থৈছিল৷উক্ত এপাৰ্টমেণ্টত এজন পোন্ধৰ বছৰীয়া যুৱক পিচপিনৰ পৰা সোমোৱাত উক্ত হৃদয় বিদাৰক ঘটনাটো ঘটে৷দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম অমিত দাস বুলি জানিব পৰা গৈছে৷যুৱকজনে পেলনীয়া বটল বিচাৰি সোমাইছিল এপাৰ্টমেণ্টটোৰ পিচপিনে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
રાજુલા ના વડ ગામેથી ભારતીય બનાવટના વિદેશી દારૂ ઝડપાયો
રાજુલા પો.સ્ટે.ના વડ ગામેથી ભારતીય બનાવટના વિદેશી દારૂની અલગ અલગ બ્રાન્ડની બોટલ નંગ-૭૪...
Odisha Train Accident: Bhadrak से Chennai चली Special Train में सवार लोगों को अपनों की तलाश
Odisha Train Accident: Bhadrak से Chennai चली Special Train में सवार लोगों को अपनों की तलाश
પાલીતાણા મહિલા કોલેજ ખાતે કાર્યક્રમ કરવામાં આવ્યો
પાલીતાણા મહિલા કોલેજ ખાતે કાર્યક્રમ કરવામાં આવ્યો