#দৰং জিলাত ভয়াবহ ৰূপ ধাৰন কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷

দৰঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু ৷ 

মহিলা গৰাকী বৰঙ্গাবাৰীৰ ৰুমিজা বেগম। 

বিগত বাৰ দিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছিল মহিলা গৰাকী।