মঙ্গলদৈ আৰেঙত পথ দুৰ্ঘটনা। 

#পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ স্কুতি আৰোহী। 

# কেনেকৈ সংঘটিত হল দুৰ্ঘটনা জানিব পৰা হোৱা নাই।

# গুৰুতৰ ভাবে আহত তীৰ্থ চহৰীয়াক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি। 

#প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে মৃত ঘোষণা তীৰ্থ চহৰীয়াক। 

# চহৰীয়াৰ ঘৰ মঙলদৈ হাউলিত।

# Scotty খনৰ নম্বৰ As13L-1838