সোণাৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
চৰাইদেউ জিলাৰ সোণাৰি গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী অৱাস যোজনাৰ গৃহ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ এগৰাকী অল্প শিক্ষিত হিতাধিকাৰীৰ নামত অবন্তিত এটা গৃহ নিৰ্মাণৰ দায়িত্ব লোৱা স্থানীয় ৱাৰ্ড মেম্বাৰ গৰাকীয়ে নিম্ন মানৰ সমগ্ৰীৰে নিৰ্মাণ কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। আনকি নিৰ্মাণ কাৰ্যত জড়িত মিস্ত্ৰী জনে নিজ মুখে স্বীকাৰ কৰিলে এই অভিযোগৰ কথা।