মাজুলীত ২১ বছৰীয়া যুৱক নিৰুদ্দেশঃ মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত শালমাৰী গাঁৱৰ নিবাসী মনুজ (বাচ্চা) কুলি আৰু দিপালী কুলিৰ পুত্ৰ অজয় কুলি (২১) নিৰুদ্দেশ হৈ আছে৷ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে মানসিক ভাৱে দুৰ্বল যুৱক জন ১৩ ছেপ্টেম্বৰৰ আবেলি প্ৰায় ৩ বজাৰ পৰা নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক৷ যদি কোনো লোকে যুবক জনৰ সন্ধান পায় তেনেহলে ৯১০১১১৫৭৪৫ নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કામરેજ તાલુકાના ખોલવડ ગામે થી વિવિધ વિકાસના કાર્યોનું ખાતમુરત કરવામાં આવ્યું ખાતમુહૂર્ત કર્યું.
કામરેજ તાલુકાના ખોલવડ ગામે થી વિવિધ વિકાસના કાર્યોનું ખાતમુરત કરવામાં આવ્યું ખાતમુહૂર્ત કર્યું....
খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত যুৱ সন্মিলন
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰমত আজি অনুষ্ঠিত হয় যুৱ সন্মিলন৷ পুৱা...
રાજ્યસરકારે લાઉડસ્પીકર અંગેના નિર્ણય ને લઈ સામાજીક કાર્યકર ઇન્દ્રજીતસિંહે આપી મહત્વની પ્રતિક્રિયા
રાજ્યસરકારેલાઉડસ્પીકરઅંગેનાનિર્ણય ને લઈ શહેરનાસામાજીક કાર્યકરઇન્દ્રજીતસિંહહે આપી મહત્વની પ્રતિક્રિયા
পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে লতাশিল মন্দিৰত সহধৰ্মিনীৰ সৈতে গণেশ বাবাৰ আশীষ ল'লে মন্ত্ৰী যোগেন মহনে
পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে লতাশিল মন্দিৰত সহধৰ্মিনীৰ সৈতে গণেশ বাবাৰ আশীষ ললে মন্ত্ৰী যোগেন...
રાજ્યમાં હજુ 5 દિવસ અતિભારે વરસાદની આગાહી
ફરીવાર ગુજરાતમાં આગામી 5 દિવસ મેઘરાજા ધમાકેદાર બેટિંગ કરશે. હવામાન વિભાગની આગાહી અનુસાર,...