মৰাণত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। কেইবাজনো যাত্ৰীৰ কথমপি প্ৰানৰক্ষা। ঘটনা অনুসৰি এখন ট্ৰেভেলাৰ বাহন ডিব্ৰুগড়ৰ পৰা মৰাণৰ দিশে আহি থকা অৱস্থাত মৰাণৰ অন্ধ বিদ্যালয়ৰ সমীপত যাত্ৰী নমাবলৈ লওঁতে ই পাছ ফালৰ পৰা এখন ডাম্পাৰে খুন্দা মাৰে। ফলত যাত্ৰীয়ে কোনো আঘাট পোৱা নাই যদিও ট্ৰেভেলাৰ বাহন খনৰ যথেষ্ট ক্ষতিসাধন হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર અને ડીસા શહેરમાં શંકાસ્પદ મીઠાઈ અને ઘી કરાયું જપ્ત..#breaking #news
પાલનપુર અને ડીસા શહેરમાં શંકાસ્પદ મીઠાઈ અને ઘી કરાયું જપ્ત..#breaking #news
দুধনৈত ৰাভা জাতীয় যুৱ পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
দুধনৈ নিকটৱৰ্তী দামৰা বৰগুম গাওঁৰ ৰাজহুৱা খেলপথাৰত আজি এদিনীয়া কাৰ্যসূচীৰে ৰাভা জাতীয় যুৱ পৰিষদৰ...