➡️ৰাজ্যত এতিয়াও চাকৰিৰ নামত দালালৰাজ চলি আছে।

➡️সত্য উদঙাই দিয়াৰ বাবেই গ্ৰেপ্তাৰ হ'ল ভিক্টৰ দাস।

➡️ভিক্টৰ দাসৰ গেপ্তাৰে চৰকাৰখনৰ বিফলতা সূচাইছে।

➡️নাৰায়ণপুৰত এই মন্তব্য সদৌ অসম একত্ৰিত যুৱ-পৰিষদৰ সাধাৰণ সম্পাদক অনুপ শইকীয়াৰ।