মৰাণত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা। নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে আত্মহত্যা কৰিলে এজন ব্যৱসায়ীয়ে। মৰাণকুশল নগৰৰ ফাৰ্নিকো ফাৰ্নিচাৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ গৰাকী ফনীন্দ্ৰ গগৈ নামৰ বিশিষ্ট ব্যৱসায়ী জনে আজিপুৱাই ঘৰৰ পৰা দোকানলৈ বুলিওলাই আহি নিজৰ প্ৰতিষ্ঠানৰ ভিতৰতে আত্মহত্যা কৰে। পিছত পুত্ৰই আহি মৃতদেহ প্ৰত্যক্ষ কৰে ব্যৱসায়ক লৈ বহুদিনৰ পৰা চিন্তিত হৈথকা বুলি পুত্ৰই জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধিৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત જિલ્લાના કામરેજ તાલુકાના કોંગ્રેસ ઉપપ્રમુખ નામની જાહેરાત કરવામાં આવી હતી.
સુરત જિલ્લાના કામરેજ તાલુકાના કોંગ્રેસ ઉપપ્રમુખ નામની જાહેરાત કરવામાં આવી હતી.
प्रभारी सचिव कुंजीलाल मीणा का हिण्डोली दौरा, क्षेत्र मे चल रहे विकास कार्यों का किया निरिक्षण
जिले के प्रभारी सचिव कुंजीलाल मीणा मंगलवार को हिण्डोली क्षेत्र के दौरे पर रहे बासनी बॉर्डर पर...
हिंदकेसरी पठाण ग्रुप तडवळे । प्रदिप नाना खराडे यांची मुलाखत ।Pathaan Tadavale lBramha
हिंदकेसरी पठाण ग्रुप तडवळे । प्रदिप नाना खराडे यांची मुलाखत ।Pathaan Tadavale lBramha
સાવલી મતદાર યાદી સુધારણા કાર્યક્રમમાં મોટી સંખ્યામાં લોકોએ લાભ લીધો
સાવલી મતદાર યાદી સુધારણા કાર્યક્રમમાં મોટી સંખ્યામાં લોકોએ લાભ લીધો
মৰঙীত কংগ্ৰেছৰ কাৰ্যসূচী
আজি সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙী ব্লক মহিলা কংগ্ৰেছৰ সভাখনি কলিয়াবৰ লোকসভাৰ সাংসদ তথা বিৰোধী দলৰ...