মাজত মাত্ৰ দুটা দিন ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সমাগত ৷ এইবছৰ মৃৎশিল্পী সকলৰ মাজতো ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷ বালিপৰাৰো মৃৎশিল্পী সকলো ব্যস্ত হৈ পৰিছে বিশ্বখনিকৰৰ প্ৰতিমা প্ৰস্তুতিৰ কামত ৷ ন্যুনতম ৫০০ টকাৰ পৰা ১২০০০ টকা পৰ্যন্ত নিৰিখৰ বিশ্ব খনিকৰৰ প্ৰতিমা উপলব্ধ হ’ব মৃৎশিল্পীৰ ওচৰত ৷ দিনে নিশাই উৎসাহেৰে প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পী সকলে এতিয়া বিশ্বখনিকৰে প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાટીયામા બે કલાક મા બે ઇંચ વરસાદ વરસતા રસ્તાઓ પર પાણી ભરાયેલ જોવા મળ્યા...
ભાટીયામા બે કલાક મા બે ઇંચ વરસાદ વરસતા રસ્તાઓ પર પાણી ભરાયેલ જોવા મળ્યા...
बकाया जमा करवाने के लिए आबकारी विभाग ने शुरू की एमनेस्टी योजना
आबकारी विभाग के सभी बकायादारों के हितो को मध्यनजर रखते हुए राज्य सरकार ने पुरानी बाकयात को...
APDCLৰ নতুন নিয়ম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ গোৰেশ্বৰৰ একাংশ ই-ৰিক্সা চালকৰ
APDCLৰ নতুন নিয়ম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ গোৰেশ্বৰৰ একাংশ ই-ৰিক্সা চালকৰ
গ্ৰাহকৰ সমৰ্থনত সন্তুষ্টি প্ৰকাশ কেৱ মজদুৰ সংঘৰ
গ্ৰাহকৰ সমৰ্থনত সন্তুষ্টি প্ৰকাশ কেৱ মজদুৰ সংঘৰ