ডিমাকুছি আঞ্চলিক এবছু আৰু ডিমাকুছি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বড়োলেণ্ড গেলেণ্টছ গ'ল্ডকাপ ফুটবল টুৰ্ণামেণ্ট। ডিমাকুছি ষ্টেডিয়ামত আজি প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলেয়ে। উদ্বোধনী মেচত চিৰাং দুৱাৰ এফ চিয়ে কালিংপঙ জৰ্জিয়ান এফ চিক ২- ০ গ’লত পৰাস্ত কৰে। খেলখনত চিৰাং দুৱাৰ এফ চিৰ মিথিংগা দৈমাৰীয়ে ১৩ মিনিটত এটা গ’ল দিয়ে। পিচত ৫১ মিনিটত লাভ ফ্ৰী কিকৰ সহায়ত ডিডম হাজোৱাৰীয়ে আন এটা গ’ল দিয়ে। চিৰাং দুৱাৰ এফ চিৰ মিথিংগা দৈমাৰীক উদ্বোধনী মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰে পুৰস্কৃত কৰা হয়। তিনি সহস্ৰাধিক দৰ্শকে উপভোগ কৰা খেলখনত বি টি চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়ো, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়ো, ডিমাকুছি কলেজৰ অধ্যক্ষ জৌংছাৰ বসুমতাৰী, অসম ফুটবল সন্থাৰ উপ- সভাপতি লক্ষ্মীৰাম বড়ো, এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী, এবছুৰ অধ্যক্ষ জনক উজিৰ আদি ভালেসংখ্যক অতিথি উপস্থিত থাকে। খেলৰ আৰম্ভণিতে জৌশ্ৰাং বড়োৱে ৰচনা কৰা ৰূপালী জয়ন্তীৰ থিম চং পৰিবেশ কৰে শিল্পী ফুকন বড়ো আৰু নীতা বড়োৱে। কাইলৈ শ্বিলং লাবান এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ডিমাকুছি উশ্বু ক্লাব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बच्चों के पोषण के लिए स्तनपान हर नवजात के लिए अमृततुल्य
प्रदेश में शिशुओं के स्वास्थ्य में सुधार लाने के लिए स्तनपान के संरक्षण, प्रचार व समर्थन करने के...
ಕೆಪಿಸಿಸಿ ಸಂಯೋಜಕರು ಹಾಗೂ
ಪೌರ ಕಾರ್ಮಿಕರ ಹೋರಾಟಗಾರ ಎನ್. ವಿಜಯಕುಮಾರ್ ಸಿಂಹ ಅವರನ್ನು ವಿಧಾನ ಪರಿಷತ್ ಸದಸ್ಯರನ್ನಾಗಿ ನೇಮಕ ಮಾಡಬೇಕೆಂದು ಒತ್ತಾಯ
ಬೆಂಗಳೂರು: ಜುಲೈ 10, 2023
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ 'ಬಿಬಿಎಂಪಿ ಪೌರ ಕಾರ್ಮಿಕರ ಮತ್ತು 4 ನೇ...
India China Conflict: सत्ता में फिर वापसी के साथ चीन पर मोदी सरकार का कड़ा प्रहार, तिब्बत के 30 इलाकों के बदले जाएंगे नाम
नई दिल्ली। प्रधानमंत्री नरेंद्र मोदी के फिर से सत्ता में लौटने के बाद अपने कड़े तेवर दिखाने...
राजस्व वसूली की दिशा में विशेष प्रयास कर प्रगति बढाई जावे* -जिला कलक्टर
जिले के राजस्व अधिकारियों की बैठक जिला कलेक्ट्रेट कक्ष में जिला कलेक्टर अक्षय गोदारा की अध्यक्षता...
ડીસામાં તલવાર અને ધોકા સાથે ચાર શખ્સોએ યુવક ઉપર હુમલો કરતાં ચકચાર
ડીસામાં જલીયાણા કોમ્પ્લેક્ષમાં સ્પામાં ચાર શખ્સો તલવાર, ધોકા અને લોખંડની પાઇપ સાથે ઘૂસી આવી યુવક...