যোৰহাটৰ নিমাতী বৰআলিৰ কাষৰ পটিয়া-ফকলা পথাৰস্থিত অমৰাৱতী বৃদ্ধাশ্ৰমত ১৩ ছেপ্টেম্বৰৰ বিয়লি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ উপস্থিত হৈ বৃদ্ধাশ্ৰমখন পৰিদৰ্শন কৰাৰ লগতে উন্নয়নমূলক কামত ব্যয় কৰিবলৈ ১০ লাখ টকা অনুদান ৰূপে প্ৰদানৰ ঘোষণা কৰে। লগতে সাংসদজনে জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰতিষ্ঠা কৰা খোৱাপানী যোগান আঁচনি ফিটা কাটি মুকলি কৰে। ডে কেয়াৰ হম সম্পূর্ণ কৰাৰ ক্ষেত্রত বিভাগীয় মন্ত্রী অজন্তা নেওগৰ সৈতে আলোচনা কৰা হ'ব বুলিও সাংসদজনে উপস্থিতসকলক অৱগত কৰে।যোৰহাট জিলা পৰিষদৰ চি অ' গৰাকীক অমৰাৱতীলৈ সাংসদজনে মতাই নি অমৰাৱতীলৈ যাতায়াত কৰা বাট-পথ, পুখুৰীৰ পাৰ আদি সুচল কৰাৰ ক্ষেত্রত পঞ্চায়তৰ জৰিয়তে ধনৰ আৱণ্টনৰ ব্যৱস্থা কৰিবলৈও সাংসদজনে অনুৰোধ কৰে। সাংসদজনক অমৰাৱতীৰ তৰফৰ পৰা আদৰণি জনোঁৱাৰ লগতে অমৰাৱতীৰ সৈতে জড়িত ভালেসংখ্যক লোক উক্ত সময়ত উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
યાત્રાધામ બેટ દ્વારકામાં ડીમોલેશનની પ્રક્રિયા હાથ ધરાઈ
#buletinindia #gujarat #dwarka
Cattle Farm: सूरत के इस फ़ार्म में हैं साढ़े तीन सौ भैंसें, लाखों का है मुनाफ़ा (BBC Hindi)
Cattle Farm: सूरत के इस फ़ार्म में हैं साढ़े तीन सौ भैंसें, लाखों का है मुनाफ़ा (BBC Hindi)
लोकसभा चुनाव कार्यालय का वैदिक मंत्रोच्चारण के साथ हुआ उद्घाटन
जनपद वाराणसी में,लोकसभा चुनाव कार्यालय का वैदिक मंत्रोच्चारण के साथ हुआ उध्दाटन।मालूम होकि जनपद...
এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়াইছে আন ছাত্ৰ-ছাত্ৰীক
বিদ্যালয় একত্ৰিকৰণ কৰিলে ঠিকেই কিন্তু পুৰণা বিদ্যালয় এৰি নাযায় ছাত্ৰ-ছাত্ৰীয়ে ।। পুৱাই বিদ্যালয়লৈ...