মাজুলীৰ সোণোৱাল কছাৰী বিদ্যালয়ত নৱাগত আদৰণী সভাঃ মাজুলীৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান সোণোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিত শিক্ষাবৰ্ষৰ নৱাগত আদৰণী সভাখন আজি অনুষ্ঠিত হয়৷ পুৱা ৯ বজাত ছাত্ৰ একতা সভাৰ কাৰ্যকৰী সভাপতি তীৰ্থ শইকীয়াই পতাকা উত্তোলন কৰাৰ পিছতে নৱাগত ছাত্ৰ-ছাত্ৰী সকলক সাংস্কৃতিক শোভাযাত্ৰাৰে বিদ্যালয়ৰ মূল তোৰণৰ পৰা আদৰি আনে৷ দিনৰ ১১ বজাৰ পৰা শিক্ষক মাধৱ শইকীয়াই আঁত ধৰা মুকলি সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ নলচন্দ্ৰ পাতিৰে৷ বিদ্যালয়খনৰ বিষয় শিক্ষক অজিত কুমাৰ নাথে শুভ উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱগতা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই৷ ইফালে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ চেনীৰাম শইকীয়া, খণ্ড সমন্বয়ক বিপুল পাংগীং আৰু স্থানীয় কেইবাজনো গণ্যমান্য ব্যক্তি৷ অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা মিচিং নৃত্য, সোণোৱাল কছাৰী লেচাৰী বিহু নৃত্য আৰু মৌচুমী পাংগীঙে পৰিৱেশন কৰা বৰগীতে সকলোকে মন্ত্ৰমুগ্ধ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vietnam based automotive company 'VinFast' will be launced on February 25th in Tamilnadu.
February 12, 2024
Vietnam based automotive company 'VinFast' will hold the ground breaking...
70W फास्ट चार्जिंग और 5,000mAh की बैटरी वाली Tecno की ये नई सीरीज जल्द होगी लॉन्च, मिलेंगी कई खूबियां
Tecno अपनी नई सीरीज Camon 30 को जल्द ही भारत में पेश किया जा सकता है। कंपनी ने अपने सोशल मीडिया...
शेवगाव- मुंगी येथील शिव रस्ता अडविल्याने ग्रामस्थांचं विद्यार्थ्यांचे बेहाल,तहसीलदारांना दिले निवेदन
शेवगाव- मुंगी येथील शिव रस्ता अडविल्याने ग्रामस्थांचं विद्यार्थ्यांचे बेहाल,तहसीलदारांना दिले निवेदन
सीमलिया कस्बे की बरसों पुरानी मांगी पूरी, ऊर्जा मंत्री नागर की बड़ी सौगात: सीमलिया पीएचसी को मिला सीएचसी का दर्जा
सांगोद विधानसभा क्षेत्र के दूसरे बड़े कस्बे सिमलिया में स्थित प्राथमिक स्वास्थ्य चिकित्सा केंद्र...