মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰভাৱে অভিযানচলোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো চলিছে। ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে এই অভিজান। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ৫ গ্ৰাম ড্ৰাগছ চিৰিঞ্জ সহ AS04 D 6858 নম্বৰৰ মাৰুতি জেন জব্দ কৰাৰ লগতে দজন যুৱকক আটক কৰি জেললৈ প্ৰেৰন কৰিছে। যুৱক দুগৰাকীৰ নাম আদিতূ ফুকন আৰু শঙ্কু গগৈ। দুইজনকে সোধ-পোচ কৰি জেললৈ প্ৰেৰন কৰিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડીયા ની શ્રી વિનાયક વિદ્યા મંદિરમાં 76 માં સ્વાતંત્ર પર્વની શાનદાર ઉજવણી કરાય
વડીયા શ્રી વિનાયક વિદ્યામંદિરમાં શિક્ષક શ્રી સ્વ ભુપતસિંહ સિંધવના શિષ્ય નિવૃત્ત આર્મી મેન રાઠોડ...
દાંતીવાડામાં પોલીસે ફરાર બુટલેગરને ઝડપ્યો
ગુજરાત રાજ્યમાં દારૂનો જથ્થો ઠલાવનાર 10 બુટલેગરોને પકડવા સરકારે રોકડ ઇનામ જાહેર કર્યા હતા. જે...
Rahul Gandhi On Paper Leak: पेपर लीक को लेकर राहुल गांधी का बड़ा चुनावी वादा | NDA Vs INDIA | Aaj Tak
Rahul Gandhi On Paper Leak: पेपर लीक को लेकर राहुल गांधी का बड़ा चुनावी वादा | NDA Vs INDIA | Aaj Tak
कब होगी मौत: AI से पता चलेगा दिन, ज्यादा जीने के लिए टिप्स भी देगा
Death Clock ऐप इंसान की मौजूदा आदतों और 1200 विश्लेषणों के आधार पर फ्यूचर प्रडिक्ट करता है। ऐप को...