মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰ ভাবে চলাই থকা পৰিলক্ষিত হৈছে  । ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো চলিছে ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে এই অভিযান । ডিব্ৰুগড়ৰ জিলা মৰাণ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ৫ গ্ৰাম  ড্ৰাগছ, চিৰিঞ্জ সহ AS04 D 6858 নম্বৰৰ মাৰুতী জেন জব্দ কৰাৰ লগতে দুগৰাকী যুৱকক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে । যুৱক দুগৰাকী নাম আদিত্য ফুকন, শংকু গগৈ।  দুই জনকে সোধপোচ কৰি ৰঙাঘৰৰ লৈ প্ৰেৰণ কৰিছে।