সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰবেশ পৰীক্ষাত (নীট-ই-জি)নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দুগৰাকী ছাত্ৰৰ সাফল্যত অঞ্চলটোত আনন্দৰ বন্যা বৈছে৷অঞ্চলটোৰ বিলপাৰ নাৰিকুছি গাৱঁৰ মোজামিল হক আৰু মিনোৱাৰা বেগমৰ পুত্ৰ ৰাহুল আমিন আৰু চিলিং কহাৰটোলাৰ কালিচৰণ হালৈ আৰু লতিকা হালৈৰ পুত্ৰ অৰ্নব হালৈ৷সোমবাৰে উক্ত দুই গৰাকী কৃতি শিক্ষাৰ্থীক অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি আৰু বিজেপি সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলা সমিতিৰ প্ৰতিনিধি দলে দুয়োজনকে পৃথকে পৃথকে নিজ গৃহত গৈ সম্বৰ্ধনা জনাই৷ইয়াৰোপৰি দুয়োগৰাকী শিক্ষাৰ্থীক অঞ্চলটোৰ দল সংগঠনে শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱাৰ লগতে একাংশ জ্যেষ্ঠ লোকে হিয়া উজাৰি আশিৰ্বাদ দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ahmedabad: કોંગ્રેસ પક્ષ દ્વારા જન આક્રોશ રેલી કાઢી મેયર ને આવેદન પત્ર આપ્યું
અમદાવાદ: કોંગ્રેસ પક્ષ દ્વારા જન આક્રોશ રેલી કાઢી મ્યુનિસિપલ કોર્પોરેશન ખાતે અમદાવાદ મેયર ને...
Earthquake: इस देश में तेज भूकंप से चार दिन में तीसरी बार हिली धरती, रिक्टर स्केल पर दर्ज हुई इतनी तीव्रता
लीमा। पेरू में चार दिनों में तीसरी बार भूकंप के झटके लगे हैं। नेशनल सेंटर फॉर...
પાલનપુર નગરે કલ્યાણકારી ચાતુર્માસ અંતર્ગત માતા પિતા છે મહાન એક અદ્ભુત કાર્યક્રમ યોજાયેલ.
પાલનપુર નગરે કલ્યાણકારી ચાતુર્માસ અંતર્ગત માતા પિતા છે મહાન એક અદ્ભુત કાર્યક્રમ યોજાયેલ.
...
Same Sex Marriage: समलैंगिक विवाह पर Supreme Court आज सुनाएगा फैसला | Intersex | Lesbian Marriage
Same Sex Marriage: समलैंगिक विवाह पर Supreme Court आज सुनाएगा फैसला | Intersex | Lesbian Marriage